Customer Consent
- Home
- Customer Consent
গ্ৰাহকৰসন্মতি
আমি, মাহিন্দ্ৰা ইন্সুৰেন্স ব্ৰোকাৰ্চ লিমিটেডে আমাৰ ডাটা ব্যৱহাৰ নীতি উন্নীত কৰি আছো। সেই অনুযায়ী, কোম্পানী তথা ইয়াৰ সহযোগী, অধীনস্থ কোম্পানী, গোট কোম্পানী আৰু সংশ্লিষ্ট পক্ষসমূহে (সামগ্ৰিকভাবে মাহিন্দ্ৰা গ্ৰুপ) কোম্পানীৰ ৰেকৰ্ডত উপলব্ধ আপোনাৰ যোগাযোগ তথ্য যেনে, নাম, ঠিকনা, টেলিফোন নম্বৰ, ই-মেইল ঠিকনা, জন্ম তাৰিখ আৰু বিবাহ বাৰ্ষিকীৰ তাৰিখ আদি আহৰণ কৰিব পাৰিব আৰু তেওঁলোকে আগবঢ়োৱা বিভিন্ন পণ্য আৰু সেৱাৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰিব। অনুগ্ৰহ কৰি মন কৰিব যে আপোনাৰ যদি NDNC পঞ্জীয়ন আছে, তেন্তে এই সন্মতিয়ে সেয়া অগ্ৰাহ্য কৰিব। তাৰোপৰি আৰু মন কৰিব যে যিকোনো সময়ত যদি আপুনি মাহিন্দ্ৰা গ্ৰুপৰ পৰা এনেকুৱা বাৰ্তা লাভ কৰাটো বন্ধ কৰিব বিচাৰে তেন্তে আপোনাৰ পঞ্জীভুক্ত নম্বৰৰ পৰা MIBLSTOP লিখি [56161] নম্বৰলৈ বাৰ্তা পঠাই তেনেকুৱা সন্মতি প্ৰত্যাহাৰ কৰিব পাৰে। তেনেকুৱা বাৰ্তা পুনৰ লাভ কৰিবলৈ অনুগ্ৰহ কৰি MIBLRESTART লিখি [56161] নম্বৰলৈ পাঠ বাৰ্তা পঠাওক।